মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কাৰবি আংলং জিলা

ভোটাৰ সেৱাসমূহৰ বাবে আৱেদন

 

নজৰ-তালিকা

  • নাগৰিকে ভোটাৰ তালিকাত তেওঁৰ নাম বিচাৰিব পাৰে৷
  • নাগৰিকে ভোটাৰ তালিকাত সংশোধন কৰিব পাৰে৷
  • আৱেদন পত্ৰৰ অৱস্থান জানিব পাৰে৷
  • আপোনাৰ ভোটদান কেন্দ্ৰৰ বিষয়ে জানিব পাৰে৷

সংক্ষিপ্ত বিৱৰণ:

১৯৪৭ চনৰ ১৫ আগষ্টত আধুনিক ভাৰত ৰাষ্ট্ৰৰ শুভাৰম্ভণি হৈছিল৷ সংবিধানত সন্নিৱিষ্ট নীতি, নিৰ্বাচনী আইন আৰু ব্যৱস্থা অনুসৰণ কৰি তেতিয়াৰে পৰাই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে মুক্ত আৰু ন্যায্য নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে৷

যোগ্যতা নিৰ্ণায়ক:

নিৰ্বাচনী প্ৰ-পত্ৰ সম্পৰ্কীয় যিকোনো ওপৰঞ্চি তথ্য বা যোগ্যতা নিৰ্ণয়কাৰী সবিশেষৰ বাবে অনুগ্ৰহ কৰি সোমাওক http://eci.nic.in

কেনেকৈ আৱেদন কৰিব:

ভোটাৰ তালিকাত আপোনাৰ নামৰ অনুসন্ধান

নতুন ভোটাৰ / স্থান সলনিৰ ক্ষেত্ৰত পঞ্জীয়নৰ কাৰণে অনলাইন আৱেদন

প্ৰৱাসী ভোটাৰৰ পঞ্জীয়নৰ কাৰণে অনলাইন আৱেদন

ভোটাৰ তালিকাত কৰ্তন বা অভিযোগ

ভোটাৰ তালিকাত শুদ্ধভাৱে সংযোজন

বিধান সভাৰ অভ্যন্তৰত পক্ষান্তৰণ

আৱেদনৰ অৱস্থিতি অনুসৰণ

আপোনাৰ ভোটদান কেন্দ্ৰ, সংসদীয় সমষ্টি আৰু বিধান সভা সমষ্টিৰ বিষয়ে জানি লওক

আপোনাৰ বি.এল.অ’., ই.আৰ.অ’. আৰু ডি.ই.অ’.ৰ বিষয়ে জানি লওক

সেৱাৰ প্ৰকাৰ:

অনলাইন