এই ৱে’বচাইটটো World Wide Web Consortium (W3C) Web Content Accessibility Guidelines (WCAG) 2.0 level AAৰ সৈতে সংগতিযুক্ত ৷ দৃষ্টি প্ৰতিবন্ধকতাযুক্ত লোকক সহায়কাৰী প্ৰযুক্তি যেনে পৰ্দা-পাঠক ব্যৱহাৰ কৰি ৱে’বচাইটটো পৰ্যবেক্ষণ কৰাত ই সহায় কৰিব ৷ বিভিন্ন প্ৰকাৰৰ পৰ্দা-পাঠক যেনে JAWS, NVDA, SAFA, Supernova আৰু Window-Eyesৰে ৱে’বচাইটটোৰ সমলসমূহ চাব পাৰি ৷
তলৰ তালিকাখনত বিভিন্ন প্ৰকাৰৰ পৰ্দা-পাঠকৰ বিষয়ে উল্লেখ কৰা হ’ল :
ক্ৰমিক নং |
পৰ্দা- পাঠক |
ৱে’বচাইট |
মুক্ত/ ব্যৱসায়িক |
১ |
Screen Access For All (SAFA) |
http://www.nabdelhi.org/NAB_SAFA.htm |
মুক্ত |
২ |
Non Visual Desktop Access (NVDA) |
http://www.nvda-project.org/ |
মুক্ত |
৩ |
System Access To Go |
http://www.satogo.com/ |
মুক্ত |
৪ |
Thunder |
http://www.screenreader.net/ |
মুক্ত |
৫ |
WebAnywhere |
http://webanywhere.cs.washington.edu |
মুক্ত |
৬ |
HAL |
http://www.yourdolphin.co.uk/ |
ব্যৱসায়িক |
৭ |
JAWS |
http://www.freedomscientific.com |
ব্যৱসায়িক |
৮ |
Supernova |
http://www.yourdolphin.co.uk |
ব্যৱসায়িক |
৯ |
Window-Eyes |
http://www.gwmicro.com |
ব্যৱসায়িক |