এই ৱে’বচাইটত সন্নিৱিষ্ট বিষয়-বস্তুসমূহ কাৰবি আংলং জিলা প্ৰশাসন, বিশেষকৈ বিভিন্ন বিভাগ আৰু শাখাসমূহৰ মনোনীত বিষয়-বস্তু পৰিচালকসকলৰ একত্ৰিত প্ৰচেষ্টাৰ ফল ৷ মনোনীত বিষয়-বস্তু পৰিচালকসকলে জিলা প্ৰশাসনৰ দ্বাৰা বিজ্ঞাপিত বিষয়-বস্তুৰ দায়িত্ব মৌলকক্ষ অনুসাৰে বিষয়-বস্তুসমূহ যুগুত কৰিছে ৷ আমাৰ লক্ষ্য হৈছে নিৰ্ভৰযোগ্য, বিস্তৃত আৰু সঠিক তথ্যৰ যোগান ধৰা আৰু কাৰবি আংলং জিলা প্ৰশাসনৰ তৰফৰ পৰা সেৱা আগ বঢ়োৱা ৷
ধাৰাবাহিকতা ৰক্ষা কৰি সমলসমূহৰ বিস্তৃতি, ৰূপদান আৰু প্ৰযুক্তিৰ দ্বাৰা ৱে’বচাইটটো নিয়মিত ৰূপত সমৃদ্ধ আৰু সুশোভিত কৰি যোৱাটোৱেই আমাৰ বিনম্ৰ প্ৰয়াস৷ ৱে’বচাইটটোত কিবা ত্ৰুটি পৰিলক্ষিত হ’লে অনুগ্ৰহ কৰি মোক জনায় যেন ৷ মোৰ সবিশেষ তলত উল্লেখ কৰা হ’ল ৷
শ্ৰী পাৰ্থ প্ৰতিম শইকীয়া
জিলা প্ৰকল্প পৰিচালক
ই-প্ৰশাসন, ডিফু
ম’বাইল : 7002250732
ই-মেইল : diphu@nic.in