মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কাৰবি আংলং জিলা

প্ৰতিলিপি অধিকাৰ নীতি

আমালৈ এটা ই-মেইল প্ৰেৰণ কৰি উপযুক্ত অনুমতি লোৱাৰ পাছত এই ৱে’বচাইটত উপস্থাপিত তথ্য-সামগ্ৰী নিঃশুল্কভাৱে পুনৰ্ব্যৱহাৰ কৰিব পাৰিব৷ তথ্য-সামগ্ৰীৰ পুনৰ্ব্যৱহাৰ নিখুঁতভাৱে হ’ব লাগিব আৰু কাকো ভুল পথে পৰিচালনা কৰা বা লঘু কৰাৰ উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰিব৷ এই তথ্য-সামগ্ৰী য’তেই ব্যৱহাৰ নকৰক, উৎস সম্পৰ্কে স্পষ্টভাৱে স্বীকাৰ কৰিব লাগিব৷

পুনৰ্ব্যৱহাৰৰ এই অনুমতি তৃতীয় পক্ষৰ প্ৰতিলিপি স্বত্ব নিহিত তথ্য-সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব৷ এনে তথ্য-সামগ্ৰীৰ পুনৰ্ব্যৱহাৰৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ বা প্ৰতিলিপি স্বত্ববহনকাৰীৰ পৰা কৰ্তৃত্ব লাভ কৰিব লাগিব৷ এই চৰ্ত ভাৰতীয় আইন ব্যৱস্থাৰ নিৰীক্ষণত থাকিব৷ এই চৰ্তাৱস্থাৰ সন্দৰ্ভত উদ্ভৱ হোৱা যিকোনো বিবাদৰ নিষ্পত্তি একমাত্ৰ ভাৰতীয় ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্গত হ’ব৷