ক্ৰমিক নং |
বিষয়াৰ নাম |
শাখাৰ নাম |
১ |
২ |
৩ |
১. |
শ্ৰী পাৰ্থসাৰথি জহৰী, এ.চি.এছ. অতিৰিক্ত উপায়ুক্ত-১ |
১. অতিৰিক্ত উপায়ুক্ত, উন্নয়ন হিচাপে উন্নয়ন শাখা ২. দণ্ডাধিকাৰীবৰ্গ শাখা ৩. অসামৰিক প্ৰতিৰক্ষা ৪. জিলা সৈনিক ব’ৰ্ড ৫. গৃহৰক্ষী ৬. প্ৰশাসনীয় সংশোধন আৰু প্ৰশিক্ষণ ৭. কৰ্মচাৰী আৰু সংস্থাপন ৮. অনুজ্ঞা বিষয়ক সকলো ৯. ফৌজদাৰী কাৰ্যবিধি আইনৰ মামলা ১০. শিক্ষা বিষয়ক ১১. অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক শাখা ১২. মানৱ অধিকাৰ ১৩. কাৰাগাৰ বিষয়ক ১৪. স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানক সাঙুৰি ১৫. পাৰপত্ৰ আৰু নাগৰিকত্ব ১৬. ৰাজহ আৰু ভূমি অধিগ্ৰহণ ১৭. সাহায্য আৰু পুনৰ্সংস্থাপন তথা দুৰ্যোগ ব্যৱস্থাপনা ১৮. অটল অমৃত অভিযান ১৯. প্ৰধান মন্ত্ৰীৰ উৎকৰ্ষ বঁটা ২০. ১৫ পইণ্ট কাৰ্যসূচী / এম.এছ.ডি.পি. ২১. বাকীজাই শাখা ২২. ৰাজ্যিক ৰাজহুৱা তথা বিষয়া হিচাপে তথ্য জনাৰ অধিকাৰ ২৩. অসম আদৰ্শ গ্ৰাম যোজনা ২৪. স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ ২৫. অনুসূচিত জনজাতিৰ প্ৰমাণ-পত্ৰ ২৬. বিলম্ব জন্ম আৰু মৃত্যৰ প্ৰমাণ-পত্ৰ আৰু প্ৰবীণ নাগৰিকৰ প্ৰমাণ-পত্ৰ ২৬. বৃত্তি ২৭. নিকটতম আত্মীয়ৰ প্ৰমাণ-পত্ৰ ২৮. অনুসূচিত জনজাতি (পাৰ্বত্য) / অনুসূচিত জনজাতি (ভৈয়াম) / অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণ-পত্ৰ ২৯. অ-নবোন্নত বৰ্গৰ প্ৰমাণ-পত্ৰ ৩০. পি.এফ.চি. ৩১. কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ সম্পৰ্কীয় বিষয় ৩২. ই-প্ৰশাসন ৩৩. অসম দৰ্শন ৩৪. লোকসেৱা অধিকাৰ আইন ৩৫. সময়ে সময়ে ধাৰ্য কৰা অন্যান্য কাম
|
২. |
শ্ৰী ৰাজেচান তেৰাং, এ.চি.এছ. অতিৰিক্ত উপায়ুক্ত-২ |
১. অতিৰিক্ত উপায়ুক্ত, এন.আৰ.চি. হিচাপে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ২. জিলা লোকপিয়ল বিষয়া হিচাপে লোকপিয়ল / এছ.ই.চি.চি. ৩. অতিৰিক্ত উপায়ুক্ত,আধাৰ হিচাপে আধাৰ সম্পৰ্কীয় বিষয়সমূহ ৪. সীমান্ত উন্নয়ন / আন্তঃ জিলা আৰু আন্তঃ ৰাজ্যিক সীমা ৫. যুৱ অপৰাধী ন্যায় পৰিষদ ৬. শিশু শ্ৰমিক / শিশু প্ৰতিৰক্ষা ৭. খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা ৮. ন্যায়িক বিষয়সমূহ ৯. পান্থশালা আইন / কেবল টিভি ১০. বন সম্পৰ্কীয় বিষয়সমূহ ১১. ৰাষ্ট্ৰীয় সেউজ ন্যায়পীঠৰ বিষয়সমূহ ১২. জিলা নডেল বিষয়া হিচাপে খনি আৰু খনিজ পদাৰ্থ ১৩. অসম ৰাজ্যিক নিৰ্বাচনী আয়োগৰ বিষয়সমহূ ১৪. সময়ে সময়ে ধাৰ্য কৰা অন্যান্য কাম
|
৩.
|
শ্ৰীমতী উপাসনা দত্ত, এ.চি.এছ. সহকাৰী আয়ুক্ত |
১. ভাৰপ্ৰাপ্ত অধীক্ষক, জিলা কাৰাগাৰ ২. শাখা বিষয়া হিচাপে কৰ্মচাৰী শাখা ৩. ৰাজহ, সাহায্য আৰু দুৰ্যোগ ব্যৱস্থাপনা শাখা ৪. ফৌজদাৰী কাৰ্যবিধি আইনৰ মামলাসমূহ ৫. তলব অধিকাৰী হিচাপে বাকীজাই মামলাসমূহ ৬. মহিলা কোষ ৭. মোছাবিদা ৮. চিনেমা, হোটেল আৰু পান্থশালা ৯. সময়ে সময়ে ধাৰ্য কৰা অন্যান্য কাম |
৪. |
শ্ৰীমতী নুপূৰ বৰা, এ.চি.এছ. সহকাৰী আয়ুক্ত |
১. হাওৰাঘাট মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি (অসামৰিক) ২. শাখা বিষয়া হিচাপে দণ্ডাধিকাৰীবৰ্গ শাখা ৩. ই-প্ৰশাসন ৪. ই-কাৰ্যালয়ৰ নডেল বিষয়া হিচাপে এফ.এম.এছ. ৫. গ্ৰন্থাগাৰৰ বিষয়সমূহ আৰু লেখ্যগাৰ ৬. মোছাবিদা ৭. শাখা বিষয়া হিচাপে তথ্য জনাৰ অধিকাৰৰ বিষয়সমহূ (ই.চি.আই. বাদে) ৮. ফৌজদাৰী কাৰ্যবিধি আইনৰ মামলাসমূহ ৯. তলব অধিকাৰী হিচাপে বাকীজাই মামলাসমূহ ১০. সময়ে সময়ে ধাৰ্য কৰা অন্যান্য কাম |
৫. |
শ্ৰীমতী কিলুনটিউলে জেমি, এ.চি.এছ. সহকাৰী আয়ুক্ত |
১. নিৰ্বাচন শাখাকে ধৰি উপায়ুক্তৰ কাৰ্যালয়ৰ আহৰণ আৰু বিতৰণ বিষয়া ২. ডিফু আৱৰ্ত ভৱনকে ধৰি শাখা বিষয়া হিচাপে নজৰত শাখা ৩. শাখা বিষয়া হিচাপে চি.আই.অ’.পি.ৰ কাম ৪. ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া ৫. জিলা নডেল বিষয়া হিচাপে আধাৰৰ বিষয়সমূহ ৬. তথ্য জনাৰ অধিকাৰৰ বিষয়সমূহ (ই.চি.আই.) ৭. ই-কাৰ্যালয় / ই-প্ৰস্তুতি / এইচ.আৰ.এম.এছ. (মানৱ সম্পদ) ৮. নডেল বিষয়া, ই-কাৰ্যালয়, এফ.এম.এছ.ত ৯. জন-অভিযোগ ১০. চাইল্ড লাইন ১১. ফৌজদাৰী কাৰ্যবিধি আইনৰ মামলাসমূহ ১২. তলব অধিকাৰী হিচাপে বাকীজাই মামলাসমূহ ১৩. সময়ে সময়ে ধাৰ্য কৰা অন্যান্য কাম |
৬. |
শ্ৰীমতী কে. থাওমুং, প্ৰশাসনীয় বিষয়া |
১. কাৰ্যালয় পদ্ধতি আৰু নীতি-নিয়মসমূহ ২. শেহতীয়া চি.এল. ৰেজিষ্টাৰ / ছুটী ৰেজিষ্টাৰ আৰু কৰ্মচাৰীবৰ্গৰ ৰেজিষ্টাৰৰ অভিৰক্ষক ৩. প্ৰশাসনীয় সংশোধন আৰু প্ৰশিক্ষণ ৪. অভিলেখ ৰক্ষণ (প্ৰ-পত্ৰ আৰু লেখন সামগ্ৰীকে ধৰি) |