১. মাটিকালি (২০১১ চনৰ লোকপিয়ল অনুযায়ী)
জিলা |
মুঠ (বৰ্গ কিল’মিটাৰ) |
অবিভক্ত কাৰবি আংলং |
১০,৪৩৪ |
কাৰবি আংলং |
৭,৩৯৯ |
পশ্চিম কাৰবি আংলং |
৩,০৩৫ |
২. ক. জনসংখ্যা (২০১১ চনৰ লোকপিয়ল অনুযায়ী)
(পশ্চিম কাৰবি আংলং জিলাক সামৰি)
|
(২০১১ চনৰ লোকপিয়ল অনুযায়ী) |
||
প্ৰাচলসমূহ |
মুঠ |
গ্ৰাম্য |
পৌৰ |
জনসংখ্যা |
৯,৫৬,৩১৩ |
৮,৪৩,৩৪৭ |
১,১২,৯৬৬ |
অনুসূচিত জাতি |
৪৪,৯৬১ |
৩৯,৯৩৬ |
৫,০২৫ |
অনুসূচিত জনজাতি |
৫,৩৮,৭৩৮ |
৪,৯১,৮৫৬ |
৪৬,৮৮২ |
পুৰুষ |
৪,৯০,১৬৭ |
৪,৩১,৯২৪ |
৫৮,২৪৩ |
মহিলা |
৪,৬৬,১৪৬ |
৪,১১,৪২৩ |
৫৪,৭২৩ |
সাক্ষৰ |
৫,৫৭,২১৪ |
৪,৭০,১১০ |
৮৭,১০৪ |
পৌৰ সাক্ষৰতা - ৭৭.১০ শতাংশ
গ্ৰাম্য সাক্ষৰতা - ৫৫.৭৪ শতাংশ
২. খ. নগৰভিত্তিক জনসংখ্যা, সাক্ষৰতাৰ হাৰ ইত্যাদি (অবিভক্ত জিলা আৰু ২০১১ চনৰ লোকপিয়ল অনুসৰি)
ক্ৰমিক নং |
চহৰৰ নাম |
শ্ৰেণী |
জনসংখ্যা |
লিংগ অনুপাত |
শিশুৰ লিংগ অনুপাত |
সাক্ষৰতাৰ হাৰ |
||||
|
|
|
লোক |
পুৰুষ |
মহিলা |
|
|
লোক |
পুৰুষ |
মহিলা |
১ |
ডিফু |
দ্বিতীয় |
৬১,৭৯৭ |
৩১,৮৯৮ |
২৯,৮৯৯ |
৯৩৭ |
৯৩৩ |
৭৯.৩২ |
৮২.৫১ |
৭৫.৯২ |
২ |
বোকাজান |
তৃতীয় |
১৯,৮৭৭ |
১০,৫০৬ |
৯,৭৩১ |
৮৯১ |
৮৫৬ |
৭৬.৪৫ |
৮০.৪৬ |
৭১.৯৫ |
৩ |
হাওৰাঘাট |
পঞ্চম |
৫,৪৪৩ |
২,৭৩৩ |
২,৭১০ |
৯৯১ |
৮৮০ |
৮১.১৯ |
৮৩.৭৫ |
৭৮.৬০ |
৪ |
ডকমকা |
ষষ্ঠ |
৫,৪৭৮ |
২,৭৭২ |
২,৭০৬ |
৯৭৬ |
১০২৪ |
৭০.৩৯ |
৭৫.৩৬ |
৬৫.৩০ |
৩. জনবসতিৰ ঘনত্ব – প্ৰতি বৰ্গ কিল’মিটাৰত ৯৩ (২০১১ চনৰ লোকপিয়ল অনুযায়ী)
৪. লিংগ অনুপাত – ৯৫৬ মহিলা/১০০০ পুৰুষ (২০১১ চনৰ লোকপিয়ল অনুযায়ী)
৫. মুঠ গাঁৱৰ সংখ্যা – ২,৯২৮ (২০১১ চনৰ লোকপিয়ল অনুযায়ী, কাৰবি আংলং ২,০৭৩, পশ্চিম কাৰবি আংলং ৮৫৫)
৬. সাক্ষৰতাৰ হাৰ –
২০১১ চনৰ লোকপিয়ল অনুযায়ী |
||
মুঠ |
পুৰুষ |
মহিলা |
৫৮.২৭% |
৬৪.১১% |
৫২.১২% |
৭. জিলা সদৰ – ডিফু
৮. মহকুমা – ২টা
১. ডিফু (সদৰ মহকুমা, মুখ্যালয় – ডিফু)
২. বোকাজান (অসামৰিক মহকুমা, মুখ্যালয় – বোকাজান)
(পশ্চিম কাৰবি আংলং জিলা – হামৰেণ মহকুমা, মুখ্যালয় – হামৰেণ)
৯. আৰক্ষী থানা আৰু আৰক্ষী চকী (মহকুমা আৰু আৰক্ষী থানা অনুযায়ী)
জিলা |
মহকুমাৰ নাম |
আৰক্ষী থানাৰ নাম |
আৰক্ষী চকীৰ নাম |
কাৰবি আংলং |
১. ডিফু সদৰ মহকুমা |
১. ডিফু থানা |
১. ডিফু নগৰ আৰক্ষী চকী |
২. ধনশিৰি আৰক্ষী চকী |
|||
২. হাওৰাঘাট আৰক্ষী থানা |
১. উত্তৰ বৰবিল আৰক্ষী চকী |
||
৩. মাঞ্জা আৰক্ষী থানা |
|
||
৪. বকলীয়া আৰক্ষী থানা |
|
||
৫. বৰলাংফেৰ আৰক্ষী থানা |
|
||
৬. আংজকপানী আৰক্ষী থানা |
|
||
৭. ডকমকা আৰক্ষী থানা |
|
||
৮. চামেলাংছ’ আৰক্ষী থানা |
|
||
কাৰবি আংলং |
২. বোকাজান অসামৰিক মহকুমা |
১. বোকাজান আৰক্ষী থানা |
|
২. বৰপথাৰ আৰক্ষী থানা |
|
||
৩. ডিলাই আৰক্ষী থানা |
|
||
৪. ৰংমংৱে’ আৰক্ষী থানা |
|
||
৫. চকীহোলা আৰক্ষী থানা |
|
||
৬. দেইথৰ আৰক্ষী থানা |
|
||
৭. ডলামৰা আৰক্ষী থানা |
|
||
৮. খটখটী আৰক্ষী থানা |
১০. সীমান্ত আৰক্ষী চকী – ৭টা (কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলং উভয় জিলাৰ বাবে)
অসম-নাগালেণ্ড সীমান্ত |
ডিফুৰ পৰা আনুমানিক দূৰত্ব (কিল’মিটাৰ) |
সীমান্তৰ পৰা আনুমানিক দূৰত্ব (কিল’মিটাৰ) |
১. লাহৰিজান ২. শ্ংকৰটিলা ৩. মংলামুখ ৪. কাশীৰাম ৫. ডাউজিংফাং ৬. ৰঙাপাহাৰ ৭. মিচিবাইলাম |
৪৭ ৪২ ২৯ ৪০ ৩২ ৩৪ ৪২ |
০.০৫ ০.২ ০.৫ ০.১৫ ০.৬ ০.৩ ০.০৬ |
১১. উন্নয়ন খণ্ড আৰু মুখ্য কাৰ্যালয় (মহকুমা অনুযায়ী)
ক্ৰমিক নং |
জিলা |
মহকুমাৰ নাম |
|
উন্নয়ন খণ্ডৰ নাম |
মুখ্য কাৰ্যালয় |
১ |
কাৰবি আংলং |
ডিফু সদৰ মহকুমা |
১ |
লুম্বাজং উন্নয়ন খণ্ড |
মাঞ্জা |
২ |
হাওৰাঘাট উন্নয়ন খণ্ড |
হাওৰাঘাট |
|||
৩ |
চামেলাংছ’ উন্নয়ন খণ্ড |
ডকমকা |
|||
৪ |
লাংছ’মেপী উন্নয়ন খণ্ড |
বকলীয়া |
|||
২ |
কাৰবি আংলং |
বোকাজান অসামৰিক মহকুমা |
১ |
বোকাজান উন্নয়ন খণ্ড |
বোকাজান |
২ |
নিলিপ উন্নয়ন খণ্ড |
চকীহোলা |
|||
৩ |
ৰংমংৱে’ উন্নয়ন খণ্ড |
কাঠ টেৰণ |
খণ্ড উন্নয়ন বিষয়া (বি.ডি.অ.’)ৰ নাম -
ক্ৰমিক নং |
উন্নয়ন খণ্ডৰ নাম |
জিলা |
উন্নয়ন খণ্ডৰ মুখ্য কাৰ্যালয় |
মহকুমা |
খণ্ড উন্নয়ন বিষয়া (বি.ডি.অ.’)ৰ নাম |
১ |
লুম্বাজং উন্নয়ন খণ্ড |
কাৰবি আংলং |
মাঞ্জা |
ডিফু |
শ্ৰীমতী মঞ্জু লতা ৰংহাংপী |
২ |
লাংছ’মেপী উন্নয়ন খণ্ড |
কাৰবি আংলং |
বকলীয়া |
ডিফু |
শ্ৰী হেমাই তিমুং |
৩ |
চামেলাংছ’ উন্নয়ন খণ্ড |
কাৰবি আংলং |
ডকমকা |
ডিফু |
শ্ৰী ৰাজেন বৰগোহাঁই |
৪ |
হাওৰাঘাট উন্নয়ন খণ্ড |
কাৰবি আংলং |
হাওৰাঘাট |
ডিফু |
শ্ৰী হেমাই তিমুং |
৫ |
বোকাজান উন্নয়ন খণ্ড |
কাৰবি আংলং |
বোকাজান |
বোকাজান |
শ্ৰী জেভিন ডি. চাংচান |
৬ |
নিলিপ উন্নয়ন খণ্ড |
কাৰবি আংলং |
চকীহোলা |
বোকাজান |
শ্ৰী জেভিন ডি. চাংচান |
৭ |
ৰংমংৱে’ উন্নয়ন খণ্ড |
কাৰবি আংলং |
কাঠ টেৰণ |
বোকাজান |
শ্ৰী বলেন্দ্ৰ কাকতি |
৮ |
ৰংখাং উন্নয়ন খণ্ড |
পশ্চিম কাৰবি আংলং |
ডংকা |
হামৰেণ |
শ্ৰী শশী কান্ত তিমুং |
৯ |
চিন্থং উন্নয়ন খণ্ড |
পশ্চিম কাৰবি আংলং |
হামৰেণ |
হামৰেণ |
শ্ৰী সুৰজ ডি. চাংমা |
১০ |
চ’ছেং উন্নয়ন খণ্ড |
পশ্চিম কাৰবি আংলং |
জিৰিকিন্দিং |
হামৰেণ |
শ্ৰী কনক চন্দ্ৰ কলিতা |
১১ |
আম্ৰি উন্নয়ন খণ্ড |
পশ্চিম কাৰবি আংলং |
উলুকুঞ্চি |
হামৰেণ |
শ্ৰীমতী ৰীতা মিলিকপী |
১২. ৰাজহ চক্ৰ আৰু মুখ্য কাৰ্যালয় (মহকুমা অনুযায়ী)
ক্ৰমিক নং |
জিলা |
মহকুমাৰ নাম |
|
ৰাজহ চক্ৰৰ নাম |
মুখ্য কাৰ্যালয় |
১ |
কাৰবি আংলং |
ডিফু সদৰ মহকুমা |
১ |
ডিফু |
ডিফু |
২ |
ফুলনি |
ফুলনি |
|||
২ |
কাৰবি আংলং |
বোকাজান অসামৰিক মহকুমা |
১ |
শিলনিজান |
শিলনিজান |
সহকাৰী ৰাজহ বিষয়াৰ নাম, ম’বাইল/ফোন নং
ক্ৰমিক নং |
ৰাজহ চক্ৰৰ নাম |
সহকাৰী ৰাজহ বিষয়াৰ নাম |
ম’বাইল নং |
১ |
ডিফু |
লংবিনি ইংতি |
৮৮৭৬৮৩৪০১০ |
২ |
ফুলনি |
তৰুণ ইংতি |
৭০০২০৬৪৪১৭ |
৩ |
শিলনিজান |
টেনছিং ৰংপি |
৯৯৫৪৫০৪১১৩ |
১৩. মৌজা (মহকুমা অনুযায়ী)
ডিফু মহকুমাৰ অন্তৰ্গত – ১৪টা
বোকাজান মহকুমাৰ অন্তৰ্গত – ৫টা
ক্ৰমিক নং |
মৌজাৰ নাম |
|
|
কাৰবি আংলং জিলা |
|
|
ডিফু মহকুমাৰ অন্তৰ্গত |
বোকাজান মহকুমাৰ অন্তৰ্গত |
১ |
নমাটি |
বৰজান-২ |
২ |
লাংফেৰ |
বৰপথাৰ |
৩ |
দুৱাৰ দিছা-১ |
সৰুপথাৰ |
৪ |
দুৱাৰ দিছা-২ |
পূব ৰেংমা |
৫ |
পশ্চিম ৰেংমা |
দুৱাৰ বাগৰি |
৬ |
দুৱাৰ দিখাৰু |
|
৭ |
দুৱাৰ বামুণী |
|
৮ |
দুৱাৰ শালনা |
|
৯ |
যমুনাপাৰ |
|
১০ |
বৰজান-১ |
|
১১ |
লাংলক্ছ’ |
|
১২ |
ফুলনি |
|
১৩ |
লাংহিন |
|
১৪ |
হাওৰাঘাট |
|
১৪. (ক) ৰাজ্যিক সংৰক্ষিত বনাঞ্চল
কাৰবি আংলং পশ্চিম সংমণ্ডলৰ অন্তৰ্গত
ক্ৰমিক নং |
সংৰক্ষিত বনাঞ্চল |
এলেকা (বৰ্গ কিল’মিটাৰ) |
১ |
ধনশিৰি সংৰক্ষিত বনাঞ্চল |
৭৭০.৩৮ |
২ |
দলদলি সংৰক্ষিত বনাঞ্চল |
১২৩.৩২ |
৩ |
ডিচামা সংৰক্ষিত বনাঞ্চল |
১১২.১৫ |
৪ |
কাকী প্ৰথম সংযোজিত সংৰক্ষিত বনাঞ্চল |
১২১.৪৩ |
কাৰবি আংলং পূব সংমণ্ডলৰ অন্তৰ্গত
ক্ৰমিক নং |
সংৰক্ষিত বনাঞ্চল |
এলেকা (বৰ্গ কিল’মিটাৰ) |
১ |
মিকিৰ পাহাৰ সংৰক্ষিত বনাঞ্চল |
২২১.৮১ |
২ |
কলিয়নি সংৰক্ষিত বনাঞ্চল |
২০৮.৯৬ |
৩ |
নামবৰ সংৰক্ষিত বনাঞ্চল (উত্তৰ খণ্ড) |
৩২.০৯ |
৪ |
নামবৰ সংৰক্ষিত বনাঞ্চল (পশ্চিম খণ্ড) |
১৬৬.৩৩ |
৫ |
চেলাবৰ সংৰক্ষিত বনাঞ্চল |
৩৩.৫৪ |
৬ |
শিলধৰমপুৰ সংৰক্ষিত বনাঞ্চল |
১৫.৭৫ |
৭ |
জুংথুং সংৰক্ষিত বনাঞ্চল |
৩২.৫৬ |
(খ) জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল
কাৰবি আংলং পশ্চিম সংমণ্ডলৰ অন্তৰ্গত
ক্ৰমিক নং |
জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
এলেকা (বৰ্গ কিল’মিটাৰ) |
১ |
মিয়ুংদিছা জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
১৪৩.৯২ |
২ |
তামোলবাৰী জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
১৩.৮৬ |
৩ |
ইংলংকিৰি জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
৭৪.৩২ |
৪ |
বৰলাংফেৰ জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
৭৭.৩১ |
৫ |
মাটিপুং জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
৩৩.০০ |
৬ |
লাংছ’লিয়েট জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
১.৬০ |
কাৰবি আংলং পূব সংমণ্ডলৰ অন্তৰ্গত
ক্ৰমিক নং |
জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
এলেকা (বৰ্গ কিল’মিটাৰ) |
১ |
লংনিত জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
১১৭.৬২ |
২ |
পাত্ৰাদিছা জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
৬৭.৩৩ |
৩ |
হিদিপি জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
২০.০৮ |
৪ |
যমুনা জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
১১.৩০ |
৫ |
মহামায়া জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
৫.৫৮ |
৬ |
খনবামন জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
১৬৫.৫০ |
৭ |
হাইঠা পাহাৰ জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
৫৪.৩৯ |
হামৰেণ সংমণ্ডল (পশ্চিম কাৰবি আংলং)ৰ অন্তৰ্গত
ক্ৰমিক নং |
জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
এলেকা (বৰ্গ কিল’মিটাৰ) |
১ |
কলঙা জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
১৭.৩৫ |
২ |
আমৰেং প্ৰথম সংযোজন জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
৫.৮০ |
৩ |
আমৰেং দ্বিতীয় সংযোজন জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
৫৬.৩০ |
৪ |
চাৰচিম জিলা পৰিষদ সংৰক্ষিত বনাঞ্চল |
১৪৬.০০ |
১৫. জিলাৰ সীমা
ক. আন্তঃজিলা সীমা
১. কাৰবি আংলং – গোলাঘাট
২. কাৰবি আংলং – নগাঁও
৩. কাৰবি আংলং – হোজাই
৪. কাৰবি আংলং – ডিমা হাচাও
খ. আন্তঃৰাজ্যিক সীমা
১. অসম-নাগালেণ্ড
গ. আন্তৰ্জাতিক সীমা - নাই
১৬. সংসদীয় সমষ্টি
১টা – ৩-স্বায়ত্তশাসিত জিলা (অনুসূচিত জনজাতি) সংসদীয় সমষ্টি
সাংসদৰ নাম – শ্ৰী হৰেনছিং বে’
সংসদীয় সমষ্টিটো পাঁচোটা বিধান সভা খণ্ড লগ লাগি গঠন হৈছে৷ সেইসমূহ হ’ল-
১. ১৬-হাফলং (অ.জ.) (ডিমা হাচাও জিলা)
২. ১৭-বোকাজান (অ.জ.) (কাৰবি আংলং জিলা)
৩. ১৮-হাওৰাঘাট (অ.জ.) (কাৰবি আংলং জিলা)
৪. ১৯-ডিফু (অ.জ.) (কাৰবি আংলং জিলা)
৫. ২০-বৈঠালাংছ’ (অ.জ.) (পশ্চিম কাৰবি আংলং জিলা)
১৭. বিধান সভা সমষ্টি – ৩টা
ক্ৰমিক নং |
বিধান সভা সমষ্টিৰ নাম |
বিধায়কৰ নাম |
১ |
১৭-বোকাজান (অ.জ.) |
শ্ৰী নোমল মমিন |
২ |
১৮-হাওৰাঘাট (অ.জ.) |
শ্ৰী জয়ৰাম ইংলেং |
৩ |
১৯-ডিফু (অ.জ.) |
শ্ৰী চুম ৰংহাং |
১৮. কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ
ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীয়ে কাৰবি আংলং জিলা (নৱগঠিত পশ্চিম কাৰবি আংলং জিলাক সামৰি)লৈ জিলাখনৰ ২৬টা সমষ্টিৰ পৰা পোনপটীয়াভাৱে নিৰ্বাচিত ২৬গৰাকী সদস্যৰে গঠিত এখন পৃথক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিছে৷