মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কাৰবি আংলং জিলা

জিলাখনলৈ যাতায়াত

ৰে’লপথ, স্থলপথ আৰু আকাশীপথ

বিভিন্ন পথৰ সহায়ত জিলাখন অন্য জিলাৰ সৈতে সংযুক্ত৷ উত্তৰত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পূবত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ অভ্যন্তৰীণ বাট-পথসমূহ গড়কাপ্তানি বিভাগে সামৰি লৈছে৷

ক. ৰে’লপথ

উত্তৰ-পূব সীমান্ত ৰে’লপথে এই জিলাৰ কেইবাটাও ষ্টেচন চুই গৈছে৷ সেইবোৰ হ’ল… হাৱাইপুৰ, লামচাখাং, বৰলাংফাৰ, লাংছ’লিয়েট, নিলালং, ডিফু, দলদলি, ধনশিৰি, ৰঙাপাহাৰ, খটখটি আৰু বোকাজান৷ ডিফুত উপলব্ধ হোৱা ৰে’লগাড়ীসমূহ তলত উল্লেখ কৰা হ’ল৷

উজনিমুৱা ৰে’লগাড়ীসমূহ

গাড়ী

নং

গাড়ীৰ

নাম

পৰা

লৈ

কম্পনাংক

আগমন

প্ৰস্থান

১২৪২৪

 

ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ

নতুন দিল্লী

 

ডিব্ৰুগড় টাউন

প্ৰতিদিন

 

০০.০৩

 

০০.০৫

১৫৯০৪

 

 

 

চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ

 

চণ্ডীগড়

 

 

 

ডিব্ৰুগড়

 

 

 

বুধবাৰ শনিবাৰ

 

 

০০.৩৮

 

 

 

০০.৪০

 

 

 

১৫৬০৫

 

ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ

ডিব্ৰুগড়

 

গুৱাহাটী

 

প্ৰতিদিন

 

০১.০৬

 

০১.০৮

 

১৫৬০৩

 

লিডু

ইণ্টাৰচিটি এক্সপ্ৰেছ

গুৱাহাটী

 

লিডু

 

প্ৰতিদিন

 

০১.০৬

 

০১.০৮

 

১৫৬৬৯

নাগালেণ্ড এক্সপ্ৰেছ

গুৱাহাটী

ডিমাপুৰ

প্ৰতিদিন

০৩.৫৯

০৪.০১

১৫৯৪১

 

 

ঝাঝা    এক্সপ্ৰেছ

 

ঝাঝা

 

 

ডিব্ৰুগড়

 

 

দেওবাৰ

 

 

০৪.৫১

 

 

০৪.৫৩

 

 

১৫৯৪৩

 

 

 

বৰাক   ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ

 

শিলচৰ

 

 

 

ডিব্ৰুগড়

 

 

 

বুধবাৰ

 

 

 

০৪.৫৮

 

 

 

০৫.০০

 

 

 

১৫৯০১

 

 

লামডিং

তিনিচুকীয়া

পেচেঞ্জাৰ

 

লামডিং

 

 

তিনিচুকীয়া

 

 

প্ৰতিদিন

 

 

০৭.২৫

 

 

০৭.৩০

 

 

১৫৯১০

 

 

 

অবধ

আছাম  এক্সপ্ৰেছ

 

লালগড়

 

 

 

ডিব্ৰুগড়

 

 

 

প্ৰতিদিন

 

 

 

০৮.১৫

 

 

 

০৮.১৭

 

 

 

১৫৯২৯

 

 

তাম্বাৰাম

ডিব্ৰুগড়

এক্সপ্ৰেছ

তাম্বাৰাম

ডিব্ৰুগড়

দেওবাৰ

০৯.৫২

 

 

০৯.৫৪

 

 

১২০৬৭

 

 

 

 

জনশতাব্দী

এক্সপ্ৰেছ

 

 

 

গুৱাহাটী

 

 

 

 

যোৰহাট টাউন

 

 

 

দেওবাৰৰ বাদে  প্ৰতিদিন

 

 

১০.০৪

 

 

 

 

১০.০৬

 

 

 

 

১৫৯২৭

 

 

 

 

ৰঙিয়া

নিউ তিনিচুকীয়া এক্সপ্ৰেছ

 

ৰঙিয়া

 

 

 

 

নিউ তিনিচুকীয়া

 

 

 

সোমবাৰ

মঙলবাৰ

শুক্ৰবাৰ

শনিবাৰ

 

১২.০১

 

 

 

 

১২.০৩

 

 

 

 

১৫৯৬৭

 

ৰঙিয়া  ডিব্ৰুগড় এক্সপ্ৰেছ

ৰঙিয়া

 

ডিব্ৰুগড়

 

বুধবাৰ

বৃহস্পতিবাৰ

দেওবাৰ

১২.০১

 

১২.০৩

 

২২৫০১

 

 

এছ.বি.চি.     নিউ তিনিচুকীয়া এক্সপ্ৰেছ

কে.এছ.আৰ. বাংগালুৰু

 

নিউ তিনিচুকীয়া

 

বৃহস্পতিবাৰ

 

 

১৩.২৯

 

 

১৩.৩১

 

 

১৩২৮২

ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ

ৰাজেন্দ্ৰ নগৰ

নিউ তিনিচুকীয়া

দেওবাৰ

১৫.৪১

১৫.৪৩

১৫৭১৭

 

গুৱাহাটী মৰিয়নী এক্সপ্ৰেছ

গুৱাহাটী

 

মৰিয়নি

 

প্ৰতিদিন

 

১৭.৩৬

 

১৭.৩৮

 

১৫৬৬৫

বিজি     এক্সপ্ৰেছ

গুৱাহাটী

ডিমাপুৰ

প্ৰতিদিন

১৮.৫৬

১৮.৫৮

১৫৯৫৬

ব্ৰহ্মপুত্ৰ    মেইল

দিল্লী

ডিব্ৰুগড়

প্ৰতিদিন

১৯.৫৬

১৯.৫৮

১২৫২৫

 

কলকাতা   ডিব্ৰুগড়   এক্সপ্ৰেছ

কলকাতা

 

ডিব্ৰুগড়

 

বৃহস্পতিবাৰ

 

২০.১৭

 

২০.১৯

 

১৫৯৩৪

 

অমৃতসৰ   ডিব্ৰুগড়   এক্সপ্ৰেছ

অমৃতসৰ

 

ডিব্ৰুগড়

 

দেওবাৰ

 

২০.১৭

 

২০.১৯

 

১৫৯৫৯

কামৰূপ   এক্সপ্ৰেছ

হাওৰা

ডিব্ৰুগড়

প্ৰতিদিন

২০.৪৬

২০.৪৮

১৫৯০৫

বিবেক    এক্সপ্ৰেছ

কন্যাকুমাৰী

ডিব্ৰুগড়

দেওবাৰ

২৩.০৯

২৩.১১

২০৫০৬

 

 

নিউ দিল্লী ডিব্ৰুগড়  ৰাজধানী এক্সপ্ৰেছ

নতুন দিল্লী

 

 

ডিব্ৰুগড়

 

 

সোমবাৰ  শুক্ৰবাৰ

 

২৩.০৯

 

 

২৩.১১

 

 

২০৫০৪

 

 

নিউ দিল্লী ডিব্ৰুগড়  ৰাজধানী এক্সপ্ৰেছ

নতুন দিল্লী

 

 

ডিব্ৰুগড়

 

 

বুধবাৰ

 

 

২৩.০৯

 

 

২৩.১১

 

 

নামনিমুৱা ৰে’লগাড়ীসমূহ

গাড়ী

নং

গাড়ীৰ

নাম

পৰা

লৈ

কম্পনাংক

আগমন

প্ৰস্থান

১৫৬০৪

 

ইণ্টাৰচিটি এক্সপ্ৰেছ

লিডু

গুৱাহাটী

প্ৰতিদিন

০০.১১

০০.১৩

১৫৬০৬

 

 

ইণ্টাৰচিটি এক্সপ্ৰেছ

ডিব্ৰুগড়

গুৱাহাটী

বুধবাৰ

শনিবাৰ

০০.১১

০০.১৩

১৫৯৪৪

 

 

 

বৰাক     ব্ৰহ্মপুত্ৰ  এক্সপ্ৰেছ

ডিব্ৰুগড়

শিলচৰ

মঙলবাৰ

০০.৪০

০০.৪২

২২৫০২

 

 

এছ.বি.চি. চুপাৰফাষ্ট এক্সপ্ৰেছ

নিউ তিনিচুকীয়া

কে.এছ.আৰ.

বাংগালুৰু

শনিবাৰ

০০.৪০

০০.৪২

২০৫০৩

 

 

নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছ

ডিব্ৰুগড়

নতুন দিল্লী

শুক্ৰবাৰ

০১.১২

০১.১৪

২০৫০৫

 

 

নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছ

ডিব্ৰুগড়

নতুন দিল্লী

মঙলবাৰ

শনিবাৰ

০১.১২

০১.১৪

১৫৯৬০

 

কামৰূপ এক্সপ্ৰেছ

ডিব্ৰুগড়

হাওৰা

প্ৰতিদিন

০২.৩০

০২.৩২

১২৪২৩

 

 

নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছ

ডিব্ৰুগড়

নতুন দিল্লী

প্ৰতিদিন

০২.৫০

০২.৫২

১৫৯০৬

 

বিবেক    এক্সপ্ৰেছ

ডিব্ৰুগড়

কন্যাকুমাৰী

দেওবাৰ

০৫.৫৫

০৫.৫৭

১৫৬৭০

 

নাগালেণ্ড এক্সপ্ৰেছ

ডিমাপুৰ

গুৱাহাটী

প্ৰতিদিন

০৬.৩৭

০৬.৩৯

১৫৯৫৫

 

ব্ৰহ্মপুত্ৰ      মেইল

ডিব্ৰুগড়

নতুন দিল্লী

প্ৰতিদিন

০৬.৫২

০৬.৫৪

১৫৯৩০

 

 

ডিব্ৰুগড় তাম্বাৰাম এক্সপ্ৰেছ

ডিব্ৰুগড়

তাম্বাৰাম

সোমবাৰ

০৭.২২

০৭.২৪

১৫৭১৮

 

 

মৰিয়নি-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ

মৰিয়নি

গুৱাহাটী

প্ৰতিদিন

১০.৩৫

১০.৩৭

১৩২৮১

 

ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ

নিউ তিনিচুকীয়া

ৰাজেন্দ্ৰ নগৰ

সোমবাৰ

১২.১১

১২.১৩

১৫৯৪২

 

ঝাঝা      এক্সপ্ৰেছ

ডিব্ৰুগড়

ঝাঝা

বৃহস্পতিবাৰ

১২.১১

১২.১৩

১৫৯২৮

 

 

 

নিউ তিনিচুকীয়া ৰঙিয়া     এক্সপ্ৰেছ

নিউ তিনিচুকীয়া

ৰঙিয়া

মঙলবাৰ        বুধবাৰ          শনিবাৰ         দেওবাৰ

১৩.০৩

১৩.০৫

১৫৯৬৮

 

 

ডিব্ৰুগড়     ৰঙিয়া     এক্সপ্ৰেছ

ডিব্ৰুগড়

ৰঙিয়া

সোমবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ

১৩.০৩

১৩.০৫

১৫৯০৩

 

 

ডিব্ৰুগড়  চণ্ডীগড়  এক্সপ্ৰেছ

ডিব্ৰুগড়

চণ্ডীগড়

সোমবাৰ       শুক্ৰবাৰ

১৪.১০

১৪.১২

১৫৯৩৩

 

 

ডিব্ৰুগড় অমৃতসৰ এক্সপ্ৰেছ

ডিব্ৰুগড়

অমৃতসৰ

মঙলবাৰ

১৪.১০

১৪.১২

১২৫২৬

 

 

ডিব্ৰুগড় কলকাতা এক্সপ্ৰেছ

ডিব্ৰুগড়

কলকাতা

মঙলবাৰ

১৬.২৬

১৬.২৮

১৫৯০৯

 

অৱধ আছাম এক্সপ্ৰেছ

ডিব্ৰুগড়

লালগড়

প্ৰতিদিন

১৬.৪৬

১৬.৪৮

১২০৬৮

 

 

জনশতাব্দী এক্সপ্ৰেছ

যোৰহাট টাউন

গুৱাহাটী

দেওবাৰৰ বাদে  প্ৰতিদিন

১৭.৩৩

১৭.৩৫

৫৫৯০২

 

তিনিচুকীয়া লামডিং

তিনিচুকীয়া

লামডিং

প্ৰতিদিন

১৯.৫০

১৯.৫৫

১৫৬৬৬

 

বিজি       এক্সপ্ৰেছ

ডিমাপুৰ

গুৱাহাটী

প্ৰতিদিন

২১.৪০

২১.৪২

(উৎস – উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ডিফু ষ্টেচন)

ৰে’লপথেৰে ডিফুৰ পৰা অন্যান্য ঠাইলৈ দূৰত্ব

ষ্টেচন

দূৰত্ব

(কি.মি.)

 

ষ্টেচন

দূৰত্ব

(কি.মি.)

আগ্ৰা কেণ্ট

২,০৯১

জয়পুৰ

২,৫৬৭

আজমীৰ

২,৬৫০

জব্বলপুৰ

২,২৮৫

এলাহাবাদ

১,৬৬২

কৰিমগঞ্জ

২৩৮

আহমদাবাদ

৩,১৩৪

কাঠপাডি

৩,০০০

বদৰপুৰ

২১৭

কন্যাকুমাৰী

৩,৫২০

বাংগালুৰু

৩,৪১২

চেন্নাই

২,৯৮৭

মুম্বাই, এলাহাবাদ হৈ

২,৯৪৫

নতুন দিল্লী, মালদা হৈ

২,২৬৫

বিকানীৰ

২,৭২০

নতুন দিল্লী, বাৰাউনী হৈ

২,১৭৯

ধৰ্মনগৰ

৩০৩

নিউ বঙাইগাঁও

৩৮৪

ডিব্ৰুগড়

৩৪৮

নিউ জলপাইগুৰি

৬৩৭

গুৱাহাটী

২১৩

কুইলন

৩,৭৫০

হাফলং

১৪৭

শিলচৰ

২৪৭

হাওৰা

১,২০৬

তিনিচুকীয়া

৩০১

হায়দৰাবাদ

২,৮৬৭

থিৰুৱানন্থপুৰম

৩,৭৬৮

জম্মু টাৱি

২,৮৫০

 

 

খ. স্থলপথ

ডিফুৰ পৰা অন্যান্য ঠাইলৈ উপলব্ধ বাছসেৱা

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিৱহণ বিভাগৰ অন্তৰ্গত জিলাখনৰ চুক-কোণলৈ বাছ চলে৷ ডিফু-গুৱাহাটী, হামৰেণ-গুৱাহাটী, ডিফু-হামৰেণ, ডিফু-উমলাফেৰ, ডিফু-ধনশিৰি, ডিফু-জিৰিকিন্দিং, ডিফু-লাংলকছ’, ডিফু-বোকাজান, ডিফু-চকীহোলা, মাকইৰাম-লংকা, ৰংচেক-হোজাই বাছসেৱাৰ উপৰি চিটি চাৰ্ভিচৰ অন্তৰ্গত অসম বিশ্ববিদ্যালয় ডিফু চৌহদ আৰু ডিফু বি.এড. কলেজলৈ থকা নিয়মিত সেৱা উল্লেখযোগ্য৷ হাফলঙলৈ ডিফুৰ পৰা অসম ৰাজ্যিক পৰিৱহণ নিগমৰ বাছ চলে৷ গুৱাহাটী, নগাঁও, তেজপুৰ, যোৰহাট, গোলাঘাট, বোকাজান, ডিমাপুৰ, বকলীয়া, হাওৰাঘাট, পাৰখোৱা, লামডিং, লংকা, হোজাই, মাইলু, জেংখা, কাছমাৰী, ডংকামোকাম, বৈঠালাংছ’, হামৰেণ, শিলনিজান, চকীহোলা, ডেইথৰ, ৰংমংৱে’, ডলামৰা, চামেলাংছ’, লাংলকছ’ আদি বিভিন্ন স্থানলৈ ব্যক্তিগত খণ্ডৰ কাৰেং ট্ৰেভেলছ, লিছা ট্ৰেভেলছ, হিলছ্‌ ট্ৰেভেলছৰ অন্তৰ্গত বাছ চলাচল কৰে৷

স্থলপথেৰে ডিফুৰ পৰা অন্যান্য ঠাইলৈ দূৰত্ব

স্থান

দূৰত্ব

(কি.মি.)

 

স্থান

দূৰত্ব

(কি.মি.)

আগৰতলা

৫৬০

 

লংনিত

২৫

আইজল

৩৮৩

 

মানস

৪৪৪

বঙাইগাঁও

৪৪৯

 

মঙলদৈ

২৪৬

ব’মডিলা

৬০০

 

মাৰ্ঘেৰিটা

৬০৪

ভালুকপুং

৫০৫

 

মুৰ্কংচেলেক

৫২০

চেৰাপুঞ্জী

৪১৩

 

মাইবাং

১২৬

দিছপুৰ

২৬০

 

মাহুৰ

১০৯

ডিমাপুৰ

৫৬

 

নাহৰকটীয়া

৪২৭

ধুবুৰী

৫৫৮

 

উত্তৰ লখিমপুৰ

৪৬৮

ডিব্ৰুগড়

২৯৬

 

নাজিৰা

২৯৮

ডিগবৈ

৩৮২

 

নগাঁও

১৫৮

দাৰ্জিলিং

৮৫৮

 

ওৰাং

২১৬

দিল্লী

২,৪৩১

 

পৰশুৰাম কুণ্ড

৮৮৪

গুৱাহাটী

২৭১

 

পাচিঘাট

৫৪৭

হাফলং

১৭৯

 

শিৱসাগৰ

২৭৯

ইটানগৰ

৭৭৮

 

শিলচৰ

১৮৮

জাতিংগা

১৭১

 

শ্বিলং

৩৭১

জাগীৰোড

২১৮

 

তিনিচুকীয়া

৩৩৪

কাজিৰঙা

১৯১

 

তুৰা

৫৫৫

ক’হিমা

১৩৯

 

তেজপুৰ

২৩৬

কালিমপং

৮৫০

 

থিম্ফু

৮২০

লাওখোৱা

২৯১

 

টাৱাং

৭২০

লামডিং

৩৯

 

 

 

গ. আকাশীপথ

আকাশীপথেৰে যাতায়াত

জিলাখনত কোনো বিমান বন্দৰ নাই৷ নিকটৱৰ্তী বিমান বন্দৰ হৈছে ডিমাপুৰ, যাৰ দূৰত্ব ডিফুৰ পৰা প্ৰায় ৬২ কিল’মিটাৰ৷