নজৰ-তালিকা:
- আদালত মাচুলসহিত সম্পূৰ্ণৰূপে পূৰ কৰা আৱেদন প্ৰ-পত্ৰ
- অন্য যিকোনো নথি (ভোটাৰ পৰিচয় পত্ৰ, ভোটাৰ শ্লিপ পূৰ্বৰ ভোটাৰ তালিকা)
সংক্ষিপ্ত বিৱৰণ
ভোটাৰ তালিকাৰ প্ৰত্যয়িত ক’পী নিৰ্দিষ্ট সমষ্টিৰ অন্তৰ্গত তালিকাভুক্ত ভোটাৰক প্ৰদান কৰা এটা বৈধ নথি৷ কাৰ্যালয় সম্পৰ্কীয় বিভিন্ন কাম-কাজৰ বাবে সাধাৰণতে ভোটাৰে সংশ্লিষ্ট নিৰ্বাচনী বিষয়াৰ কাষ চাপি এই প্ৰত্যয়িত ক’পী সংগ্ৰহ কৰিব পাৰে৷
প্ৰক্ৰিয়া প্ৰৱাহ
নিম্নলিখিত তথ্যসমূহৰ সৈতে চি.এছ.চি.ৰ জৰিয়তে প্ৰত্যয়িত ক’পীৰ বাবে আৱেদন কৰিব পাৰে৷:
- আদালত মাচুল
- সম্পূৰ্ণৰূপে পূৰ কৰা আৱেদন প্ৰ-পত্ৰ
- অন্য যিকোনো নথি (ভোটাৰ পৰিচয় পত্ৰ, ভোটাৰ শ্লিপ/পূৰ্বৰ ভোটাৰ তালিকা)
যোগ্যতা নিৰ্ণায়ক
সংশ্লিষ্ট সমষ্টিৰ কোনো ভোটাৰ
মাচুল
- সেৱাৰ বাবদ ৩০ টকা
- ছপাৰ বাবদ ১০ টকা (জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়)
- স্কেনিঙৰ বাবদ ৫ টকা (জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়)
দৰকাৰী নথি-পত্ৰ
স্থাৱৰ সম্পত্তি স্থানান্তৰকৰণৰ উদ্দেশ্যে লগা অনাপত্তি-পত্ৰৰ আৱেদনৰ বাবে দৰকাৰ হোৱা তথ্যসমূহ:
- আদালত মাচুল
- সম্পূৰ্ণৰূপে পূৰ কৰা আৱেদন প্ৰ-পত্ৰ
- অন্য যিকোনো নথি (ভোটাৰ পৰিচয় পত্ৰ, ভোটাৰ শ্লিপ/পূৰ্বৰ ভোটাৰ তালিকা)
কেনেকৈ আৱেদন কৰিব
ভোটাৰে সংশ্লিষ্ট নিৰ্বাচনী বিষয়া / উমৈহতীয়া সেৱা কেন্দ্ৰ (চি.এছ.চি.)ক আৱেদন জনাব পাৰে৷
সেৱাৰ প্ৰকাৰ
অনলাইন / অফলাইন
পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ
https://assam.gov.in/download-e-form
কাৰ সৈতে যোগাযোগ কৰিব
সংশ্লিষ্ট নিৰ্বাচনী বিষয়া / উমৈহতীয়া সেৱা কেন্দ্ৰ (চি.এছ.চি.)