মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কাৰবি আংলং জিলা

বিষয়বস্তু পৰিচালনা

সৰ্বসাধাৰণ ৰাইজক তথ্যৰাজি জনাবলৈ ৱে’বচাইটটোৰ উন্নয়ন সাধন কৰা হৈছে৷ কাৰবি আংলং জিলা প্ৰশাসনৰ বিষয়ে নিৰ্ভৰযোগ্য, বিস্তৃত আৰু সঠিক তথ্য জনাবৰ বাবে এই ৱে’বচাইটৰ জৰিয়তে প্ৰচেষ্টা চলোৱা হৈছে৷ ভাৰত চৰকাৰৰ অন্যান্য ৱে’বচাইট / প’ৰ্টেলসমূহৰ সৈতে স্থানবিশেষে অতিসংযোগ উপলব্ধ কৰা হৈছে৷

এই ৱে’বচাইটত সন্নিৱিষ্ট বিষয়বস্তুসমূহ কাৰবি আংলং জিলাৰ বিভিন্ন বিভাগ / শাখাসমূহৰ একত্ৰিত প্ৰচেষ্টাৰ ফল৷ ধাৰাবাহিকতা ৰক্ষা কৰি সমলসমূহৰ বিস্তৃতি, ৰূপদান আৰু প্ৰযুক্তিৰ দ্বাৰা ৱে’বচাইটটো নিয়মিত ৰূপত সমৃদ্ধ আৰু সুশোভিত কৰি যোৱাটোৱেই আমাৰ বিনম্ৰ প্ৰয়াস৷