মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কাৰবি আংলং জিলা

গোপনীয়তাৰ নীতি

এই ৱে’বচাইটত আপোনাৰ পৰা প্ৰাপ্ত কোনো ব্যক্তিগত তথ্য (যেনে নাম, ফোন নম্বৰ বা ই-মেইল ঠিকনা) স্বয়ংক্ৰিয়ভাৱে ৰাখি থোৱা নহয় যিবোৰে আমাক আপোনাৰ ব্যক্তিগত পৰিচয় লাভ কৰাব পাৰে৷ আপোনাৰ সম্বন্ধে তথ্য দিবলৈ ৱে’বচাইটে যেতিয়াই অনুৰোধ জনায়, তেতিয়াই কি বিশেষ উদ্দেশ্যত সেই তথ্য আহৰণ কৰা হৈছে সেয়া আপোনাক জনোৱা হ’ব আৰু আপোনাৰ ব্যক্তিগত তথ্য ৰক্ষাৰ কাৰণে উপযুক্ত সুৰক্ষা ব্যৱস্থা লোৱা হ’ব৷

ৱে’বচাইটত স্বেচ্ছাই দিয়া কোনো ব্যক্তিগত পৰিচয়জ্ঞাপক তথ্যকে আমি কোনোবা তৃতীয় পক্ষ (ৰাজহুৱা / ব্যক্তিগত)ক বিক্ৰী বা ভাগ-বতোৱাৰা নকৰোঁ৷ এই ৱে’বচাইটলৈ যুগুতাই দিয়া তথ্যৰাজিক হেৰোৱা, অপব্যৱহাৰ কৰা, অনাদিষ্ট প্ৰৱেশ বা প্ৰকাশ কৰা, সাল-সলনি বা ধ্বংস কৰাৰ পৰা সুৰক্ষিত ৰখা হ’ব৷

ব্যৱহাৰকাৰীৰ পৰা আমি ইণ্টাৰনে’ট প্ৰট’কল (আই.পি.) ঠিকনা, ডমেইনৰ নাম, ব্ৰাউজাৰৰ ধৰণ, সংকাৰক ব্যৱস্থা, প্ৰৱেশৰ তাৰিখ আৰু সময় আৰু প্ৰৱেশ কৰা পৃষ্ঠা সম্পৰ্কে তথ্য একত্ৰিত কৰোঁ৷ আমাৰ ৱে’বচাইটৰ ক্ষতি কৰিবলৈ চলোৱা প্ৰচেষ্টা ধৰা নপৰা পৰ্যন্ত আমাৰ ৱে’বচাইট চোৱা ব্যক্তিৰ পৰিচয়জ্ঞাপক এই তথ্যসমূহ সংযোগ কৰাৰ পদক্ষেপ নলওঁ৷